Boie Jai Lyrics

Boie Jai Lyrics

Song info/Credits :

  • Vocal : Amarendra Kalita
  • Music : Shawn Dex
  • Composition : Bornil Borah & Amarendra kalita
  • Lyrics : Amarendra kalita & Pranjit Hazarika
  • Mix & Mastering : TYPHOON MUSIC

Boie Jai Lyrics in Assamese

বৈ য়ে যায় মায়া সানি তাই 
উভতি তাই বাৰে বাৰে চাই
কৈ এ যায় কাণে কাণে তাই 
হৃদয়ৰ ঠিকনা যায়
তুমি আকা ফাগুনৰ দৰে 
মোক পলাশৰ ৰঙেৰে 
তুমি ঢাকা আঘোনৰ দৰে 
মোক নিয়ৰৰ চাদৰেৰে
ডাৱৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ
উকা সপোনৰ আকাশত দিয়ে বৰষাৰ সুৰ
দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন
অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষন
মনৰে কথা মনতে সাঁচিলো 
অধিৰ হিয়া তোমাক ক’বলে
উকা জীৱনৰ অযুত ভাৱনাই 
বিচাৰি ফুৰে তোমাক পাবলে 
তুমি আকা ফাগুনৰ দৰে 
মোক পলাশৰ ৰঙেৰে 
তুমি ঢাকা আঘোনৰ দৰে 
মোক নিয়ৰৰ চাদৰেৰে

Boie Jai Video

Leave a Reply

Your email address will not be published. Required fields are marked *